Directory

জাৰ্মান ভাষা - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

জাৰ্মান ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাৰ্মান ভাষাৰ মূল হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ জাৰ্মানীয় উপভাষাৰ পশ্চিম শাখাৰ নেদাৰলেণ্ডীয় -জাৰ্মান গোটৰ অন্তৰ্গত এটা ভাষা। জাৰ্মান ভাষাৰ উপভাষাবোৰক উচ্চ জাৰ্মান (মান্য সাহিত্যিক জাৰ্মান) আৰু নিম্ন জাৰ্মান- এই দুটা ভাগত ভাগ কৰা হয়। জাৰ্মান ভাষাৰ উপভাষাবোৰৰ চুইজাৰলেণ্ডৰ উত্তৰাংশৰ পৰা আৰম্ভ হৈ অবিৰতভাৱে উত্তৰ দিশলৈ গতি হয় আৰু উত্তৰ সাগৰ পৰ্যন্ত ব্যাপি আছে।